ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : উতলি থকা ঘিউ বা তেলত দি ৰন্ধা
ଉଦାହରଣ : মীৰাই মাছ তেলত ভাজি আছে
ସମକକ୍ଷ : তেলত ভাজা
ଅର୍ଥ : জুইৰ তাপত ভাজ খোৱা
ଉଦାହରଣ : গোমধানখিনি ভজা হʼল
ସମକକ୍ଷ : সেকা
ଅର୍ଥ : পানীৰ নোহোৱাকৈ গৰম কৰি ৰন্ধা কার্য
ଉଦାହରଣ : ৰহিমে মাছ পুৰি আছে
ସମକକ୍ଷ : পোৰা, ভজা-পোৰা
ଅର୍ଥ : জুইৰ গৰমত সিজোৱা
ଉଦାହରଣ : ৰামে ভজা চানা খাই আছে
ସଂସ୍ଥାପନ କରନ୍ତୁ