ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু নষ্ট কৰিবৰ কাৰণে ভঙা কার্য
ଉଦାହରଣ : মজদুৰসকলে নিজৰ দাবী পূৰণৰ কাৰণে মিলত লণ্ড-ভণ্ড কৰিলে
ସମକକ୍ଷ : ছাৰখাৰ, ধ্বংস, ধ্বংসাধন, লণ্ড-ভণ্ড
ଅର୍ଥ : ভঙা কার্য
ଉଦାହରଣ : ভাঙি যায় কাৰণেই মই মাটিৰ বাচন সযতনে ৰাখো
ସମକକ୍ଷ : বিদাৰণ, ভাঙন, ভাঙি পেলোৱা-, ভাঙি যোৱা-, ভাঙোন
ସଂସ୍ଥାପନ କରନ୍ତୁ