ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : অলপ অলপ কৰি দিয়া
ଉଦାହରଣ : পণ্ডিতে পূজাৰ পিছত পঞ্চামৃত বিতৰণ কৰিলে
ସମକକ୍ଷ : বিতৰণ কৰা, ভগাই দিয়া
ଅର୍ଥ : আনক দৌৰা বা খেদাত প্রবৃত্ত কৰা
ଉଦାହରଣ : কুকুৰটোৱে মেকুৰীটোক দৌৰাই আছে
ସମକକ୍ଷ : দৌৰাই থকা, দৌৰোৱা
ଅର୍ଥ : কোনো বস্তু আদিৰ বহুতো ভাগ কৰা
ଉଦାହରଣ : চোৰে চুৰ কৰা সামগ্রীবোৰ ভগাই লʼলে
ସମକକ୍ଷ : বিভাজন কৰা, ভাগ কৰা
ଅର୍ଥ : অংশীদাৰ অনুসৰি কিবা পোৱা বা দিয়া
ଉଦାହରଣ : আজি বিদ্যালয়ত মিঠাই ভগোৱা হʼব
ସମକକ୍ଷ : বিতৰণ কৰা
ସଂସ୍ଥାପନ କରନ୍ତୁ