ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি নিজৰ স্বার্থৰ ্বাবে কাৰোবাৰ সর্বনাশ কৰে
ଉଦାହରଣ : যেতিয়া ৰক্ষকেই ভক্ষক হৈ পৰে তেতিয়া কোনেও একো কৰিব নোৱাৰে
ସମକକ୍ଷ : ভক্ষক
ଅର୍ଥ : যিয়ে খায়
ଉଦାହରଣ : সিংহ এবিধ মাংসভোজী জন্তু
ସମକକ୍ଷ : আহাৰার্থী, আহাৰী, খাওঁ্তা, খাদক, খাৱৈয়া, ভক্ষক, ভক্ষণকাৰী, ভক্ষ্য, ভোক্তা, ভোজক, ভোজনকাৰী, ভোজী
ସଂସ୍ଥାପନ କରନ୍ତୁ