ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ভক্ত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ভক্ত   বিশেষ্য

ଅର୍ଥ : যি ঈশ্বৰ বা দেৱতা আদিৰ ভক্তি কৰে

ଉଦାହରଣ : তেওঁ হনুমানৰ ভক্ত

ସମକକ୍ଷ : উপাসক, ভকত, সাধক, সেৱক

ଅର୍ଥ : যিজনে পূজা কৰে

ଉଦାହରଣ : ভগৱানৰ প্রকৃত উপাসক সাংসাৰিক বন্ধনৰ পৰা মুক্ত হৈ পৰে

ସମକକ୍ଷ : আৰাধক, উপাসক, পূজাৰী

ଅର୍ଥ : কাৰোবাক দেৱতুল্য মানি ্তেওঁৰ ভক্তি কৰা বা তেওঁৰ পৰম মহত্ত্ব মানি চলা ব্যক্তি

ଉଦାହରଣ : তেওঁ ্গান্ধীজীৰ ভক্ত গান্ধীজী অহিংসাৰ পূজাৰী আছিল

ସମକକ୍ଷ : উপাসক, পূজাৰী