ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ভঁ্ৰাল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ভঁ্ৰাল   বিশেষ্য

ଅର୍ଥ : যি ঠাইত ফচল কাটি ৰখা হয় আৰু ফচলৰ পৰা শস্য পৃথক কৰি ৰখা হয়

ଉଦାହରଣ : ৰবি শস্য ৰাখিবৰ কাৰণে খেতিয়কে ভঁ্ৰাল চাফা কৰিছে

ସମକକ୍ଷ : ভঁ্ৰাল ঘৰ, ভাখাৰী

ଅର୍ଥ : যিটো গুদামত শস্য ৰখা হয়

ଉଦାହରଣ : চৰকাৰে শস্যৰ বজাৰত কৃষকৰ সুবিধা হোৱাকৈ ভঁ্ৰাল সাজি দিছে

ସମକକ୍ଷ : ভঁ্ৰাল ঘৰ

ଅର୍ଥ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে

ଉଦାହରଣ :

ସମକକ୍ଷ : গুদাম, গুদাম ঘৰ, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম

ଅର୍ଥ : কোনো বিষয়ৰ জ্ঞান বা গুণ আদিৰ বহুত ডাঙৰ আগাৰ

ଉଦାହରଣ : সন্ত কবীৰ জ্ঞানৰ ভাণ্ডাৰ আছিল

ସମକକ୍ଷ : ভাণ্ডাৰ, সাগৰ