ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বৰঙণি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বৰঙণি   বিশেষ্য

ଅର୍ଥ : কোনো আলোচনী বা কিতাপ আদিৰ বার্ষিক বা মাহেকীয়া মূল্য

ଉଦାହରଣ : মই কাদম্বিনীৰ বৰঙণি এতিয়ালৈকে পঠিওৱা নাই

ଅର୍ଥ : কোনো কামত সহায় কৰা বা সহায়ক হোৱা কার্য অথবা কোনো কার্য ্সম্পাদনত ব্যক্তি বিশেষৰ অংশ

ଉଦାହରଣ : সকলো গাঁওবাসীৰ অৱদানেৰে এই মন্দিৰটো নি্র্মাণ কৰা হৈছে

ସମକକ୍ଷ : অৱদান, দান, যোগদান

ଅର୍ଥ : কোনো সামাজিক, ধার্মিক কাম আদিৰ বাবে দানৰ ৰূপত মানুহৰ পৰা লোৱা ধন আদি

ଉଦାହରଣ : তেওঁ মন্দিৰৰ বাবে একত্রিত কৰা চান্দাই নিজৰ ঘৰ সাজিলে

ସମକକ୍ଷ : অনুদান, চান্দা