ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ব্লেকমেইল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ব্লেকমেইল   বিশেষ্য

ଅର୍ଥ : কাৰোবাৰ বিৰুদ্ধে ভুল বা গোপনীয় তথ্য সংগ্রহ কৰি তাৰ জৰিয়তে কোনো ব্যক্তিক ভয় দেখুৱাই টকা সংগ্রহ কৰা কার্য

ଉଦାହରଣ : পুলিচে এটা এনেকুৱা অপৰাধীক ধৰিলে যি ধনী মহিলাসকলক ব্লেকমেইল কৰি বহু টকা লুটিলে

ଅର୍ଥ : কাৰোবাৰ বিৰুদ্ধে মিছা তথ্য সংগ্রহ কৰি লৈ মনে বিচৰা ধৰণে তেনে ব্যক্তিক সংগৃহীত তথ্যৰ ভিত্তিত ভাবুকি দিয়া কার্য

ଉଦାହରଣ : প্রথমে সি্ছোৱালীবোৰক ফুচুলাই অশ্লীল ফটো তুলিছিল আৰু পিছত ব্লেকমেইল কৰিছিল