ଅର୍ଥ : সমাজৰ দ্বাৰা নি্র্ধাৰিত কোনো কাম কৰাৰ এক বিশেষ প্রচলিত ৰীতি
ଉଦାହରଣ :
এই কার্যালয়ৰ ব্যৱস্থা অতি শোচনীয়
ସମକକ୍ଷ : ব্যৱস্থা
ଅର୍ଥ : ব্যৱস্থা কৰা কার্য ্বা ভাব
ଉଦାହରଣ :
সকলো কামৰে ব্যৱস্থাপনা ভালদৰে হোৱা উচিত
ସମକକ୍ଷ : আয়োজন, যা-যোগাৰ, যোগাৰ, সু-বন্দৱস্ত, সু-ব্যৱস্থা