ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ব্যৱস্থা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ব্যৱস্থা   বিশেষ্য

ଅର୍ଥ : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য

ଉଦାହରଣ : বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল

ସମକକ୍ଷ : আয়োজন

ଅର୍ଥ : কোনো কাম ভালদৰে সম্পূর্ণ ্কৰা ব্যৱস্থা

ଉଦାହରଣ : ধর্মানুষ্ঠানৰ সকলো বন্দোবস্ত শ্যামে কৰিলে

ସମକକ୍ଷ : প্রবন্ধ, বন্দোবস্ত

ଅର୍ଥ : সমাজৰ দ্বাৰা নি্র্ধাৰিত কোনো কাম কৰাৰ এক বিশেষ প্রচলিত ৰীতি

ଉଦାହରଣ : এই কার্যালয়ৰ ব্যৱস্থা অতি শোচনীয়

ସମକକ୍ଷ : ব্যৱস্থাপনা

ଅର୍ଥ : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি

ଉଦାହରଣ :

ସମକକ୍ଷ : আয়োজন, বন্দৱস্ত, ব্যৱস্থাপনা

ଅର୍ଥ : শাস্ত্র আদিৰ দ্বাৰা নি্র্ধাৰিত কোনো কামৰ বিধান

ଉଦାହରଣ : কামৰ আধাৰত নি্র্ধাৰণ কৰা বৈদিক যুগৰ চাৰি ্বর্ণ ব্যৱস্থা

ଅର୍ଥ : এটাৰ আনটোৰ সৈতে সম্পর্ক ্থকা উপাদানেৰে গঠিত এক স্বতন্ত্র একক

ଉଦାହରଣ : সংৰক্ষণৰ দ্বাৰা শিক্ষা ব্যৱস্থা প্রভাবিত হয়