ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু ক্রয় কৰা বা তৈয়াৰ কৰাৰ বাবদ লগা ধনৰাশি
ଉଦାହରଣ : সেই ঘৰটো সাজিবলৈ কিমান খৰচ পৰিব
ସମକକ୍ଷ : খৰচ
ଅର୍ଥ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে পাৰিশ্রমিক, মূল্য আদিৰ ৰূপত ধন দিয়া বা লগোৱা কার্য
ଉଦାହରଣ : এই ভৱনটো নি্র্মাণৰ কাৰণে লাখ টকা খৰচ হʼল
ସଂସ୍ଥାପନ କରନ୍ତୁ