ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি বহুত উৎকণ্ঠিত
ଉଦାହରଣ : কোনো কথাতে ইমান সোনকালে অধীৰ হোৱা উচিত নহয়
ସମକକ୍ଷ : অধীৰ, অধৈর্য, অধৈর্য্য, আতুৰ, কাতৰ
ଅର୍ଥ : যি কোনো কাম বা কথাৰ বাবে উদ্বিগ্ন হয়
ଉଦାହରଣ : উদ্বিগ্ন মানুহজনে মুক্তি পাবৰ বাবে আত্মহত্যা কৰিলে
ସମକକ୍ଷ : আকুল, উদ্বিগ্ন, ব্যগ্র
ଅର୍ଥ : যি আৱেশেৰে ভৰি আছে
ଉଦାହରଣ : শিশুৰ প্রতি মাকৰ হৃদয় চেনেহত ব্যাকুল হৈ থাকে
ସମକକ୍ଷ : আকুল, আবিষ্ট, আৱেগ-বিহ্বল
ସଂସ୍ଥାପନ କରନ୍ତୁ