ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : চলমান ছবিৰ দ্বাৰা কোনো এক ঘটনাৰ আলমত তৈয়াৰ কৰা মনোৰঞ্জনৰ এক সবাক মাধ্যম
ଉଦାହରଣ : মোহিনীয়ে কেৱল চিনেমা চাবলৈ ভাল পায়
ସମକକ୍ଷ : কথাছবি, চলচ্চিত্র, চিনেমা
ଅର୍ଥ : ফিল্মৰ সৈতে সম্বন্ধ থকা বা ফিল্মৰ
ଉଦାହରଣ : তালৈ ডাঙৰ ডাঙৰ বোলছবি তাৰকা উপস্থিত আছে
ସଂସ୍ଥାପନ କରନ୍ତୁ