ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ
ଉଦାହରଣ : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল
ସମକକ୍ଷ : জ্ঞান, বোধি, সংজ্ঞা, সজ্ঞান
ଅର୍ଥ : বুদ্ধিৰ দ্বাৰা লাভ কৰা জ্ঞান
ଉଦାହରଣ : সকলো ব্যক্তিৰ বোধশক্তি ভিন ভিন হয়
ସମକକ୍ଷ : প্রাজ্ঞা, বোধশক্তি
ଅର୍ଥ : কোনো বিশেষ পৰিস্থিতি আদিত হঠাৎ মগজুলৈ অহা স্পষ্ট বিচাৰ
ଉଦାହରଣ : কিবা বুদ্ধিয়েহে এতিয়া আমাক এই সমস্যাৰ পৰা বচাব পাৰিব আপোনাৰ বুদ্ধিয়ে মুৰলৈ অহা এটা ডাঙৰ সমস্যা দূৰ কৰিলে
ସମକକ୍ଷ : বুদ্ধি
ଅର୍ଥ : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ
ଉଦାହରଣ : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে
ସମକକ୍ଷ : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি
ସଂସ୍ଥାପନ କରନ୍ତୁ