ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বোধ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বোধ   বিশেষ্য

ଅର୍ଥ : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ

ଉଦାହରଣ : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল

ସମକକ୍ଷ : জ্ঞান, বোধি, সংজ্ঞা, সজ্ঞান

ଅର୍ଥ : বুদ্ধিৰ দ্বাৰা লাভ কৰা জ্ঞান

ଉଦାହରଣ : সকলো ব্যক্তিৰ বোধশক্তি ভিন ভিন হয়

ସମକକ୍ଷ : প্রাজ্ঞা, বোধশক্তি

ଅର୍ଥ : কোনো বিশেষ পৰিস্থিতি আদিত হঠাৎ মগজুলৈ অহা স্পষ্ট বিচাৰ

ଉଦାହରଣ : কিবা বুদ্ধিয়েহে এতিয়া আমাক এই সমস্যাৰ পৰা বচাব পাৰিব আপোনাৰ বুদ্ধিয়ে মুৰলৈ অহা এটা ডাঙৰ সমস্যা দূৰ কৰিলে

ସମକକ୍ଷ : বুদ্ধি

ଅର୍ଥ : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ

ଉଦାହରଣ : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে

ସମକକ୍ଷ : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি