ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বৈৰাগী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বৈৰাগী   বিশেষ্য

ଅର୍ଥ : সন্ন্যাস আশ্রমত থকা বা তাৰ নিয়ম পালন কৰা ব্যক্তি

ଉଦାହରଣ : চিত্রকূটত মই এজন ডাঙৰ সন্ন্যাসীক লগ পালো

ସମକକ୍ଷ : সন্ত, সন্ন্যাসী, সাধু

বৈৰাগী   বিশেষণ

ଅର୍ଥ : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে

ଉଦାହରଣ : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল

ସମକକ୍ଷ : বিমুখ, বিৰক্ত, বিৰাগ, সন্যাসী