ଅର୍ଥ : বহাৰ স্থান
ଉଦାହରଣ :
বৈঠকখানা সম্পূর্ণৰূপে ভৰি আছিল
ଅର୍ଥ : বিশিষ্ট ব্যক্তিক বহাবৰ কাৰণে আৰু মানুহক লগ কৰিবৰ কাৰণে ঘৰৰ সন্মুখৰফালে থকা কোঠা
ଉଦାହରଣ :
চʼৰাঘৰত আপোনালৈ অপেক্ষা কৰি থকা হৈছে
ସମକକ୍ଷ : অতিথি-কোঠা, চʼৰাঘৰ