ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো গুৰুত্বপূর্ণ বিষয়ৰ আলোচনা কৰিবলৈ আযোজন কৰা অনুষ্ঠান:কৃষকৰ ৰাষ্ট্রীয় সভাত কৃষকসকলৰ সমস্যা সম্পর্কে বিতং আলোচনা কৰা হʼল
ଉଦାହରଣ :
ସମକକ୍ଷ : অধিৱেশন, কনফাৰেন্স, মিটিং, মেল-মিটিং, সন্মিলন, সন্মিলনী, সভা
ଅର୍ଥ : বাৰে বাৰে উঠা-বহা কৰা এবিধ কচৰৎ
ଉଦାହରଣ : পালোৱানজনে পুৱাই পুৱাই বৈঠক কৰে
ସମକକ୍ଷ : উঠ-বহ
ସଂସ୍ଥାପନ କରନ୍ତୁ