ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বেৰ আদিৰে ঘেৰি থকা ঠাই
ଉଦାହରଣ : লʼৰা-ছোৱালীবোৰে বেৰাৰ ভিতৰত খেলি আছে
ସମକକ୍ଷ : ঘেৰা
ଅର୍ଥ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন
ଉଦାହରଣ : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে
ସମକକ୍ଷ : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিধি, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, মেৰ
ଅର୍ଥ : লাঠি, কামি আদিক আয়তীয় আকাৰত বান্ধি তৈয়আৰ কৰা এক অৱৰোধক
ଉଦାହରଣ : পুখুৰীৰ চাৰিওফালে হেঙাৰ লগোৱা আছে
ସମକକ୍ଷ : হেঙাৰ, ৰেলিঙ
ଅର୍ଥ : ঘৰ, কোঠা আদি আৱৰি থকা সেই অংশ যি শিল, ইটা, মাটি আদিৰে সজা হয়
ଉଦାହରଣ : শিলেৰে বনোৱা বেৰ মজবুত হয়
ସମକକ୍ଷ : দেৱাল, প্রাচীৰ, বেৰ, ৱাল
ଅର୍ଥ : চাৰিওফালৰ পৰা ঘেৰি দিয়া
ଉଦାହରଣ : মালীজনে বাগিছাখন হেঙাৰেৰে বেৰিছে
ସମକକ୍ଷ : ঘেৰা, ঘেৰি দিয়া, বেৰি দিয়া
ଅର୍ଥ : চাৰিওফালে ৰখা বা আগুৰি লোৱা
ଉଦାହରଣ : শ্যামে সিহঁতৰ বাগিচাখন কাঁইটীয়া তাঁৰেৰে ঘেৰি আছে
ସମକକ୍ଷ : ঘেৰ দিয়া, ঘেৰা, ঘেৰি থকা, ঘেৰি লোৱা-
ସଂସ୍ଥାପନ କରନ୍ତୁ