ଅର୍ଥ : ঢিলা হৈ যোৱা বা শিথিল হোৱা
ଉଦାହରଣ :
বুঢ়া কালত শাৰীৰিক অৱস্থা বেয়া হৈ যায়
ସମକକ୍ଷ : অৱশ হোৱা, মন্দ হোৱা, শিথিল হোৱা
ଅର୍ଥ : কোনো বস্তু বা পদার্থৰ ্স্বাভাৱিক গুণ অথবা স্বভাৱত বিকাৰ জন্মা
ଉଦାହରଣ :
জ্বলি যোৱাৰ কাৰণে তেওঁৰ চেহেৰাটো বেয়া হৈ গʼল