ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বেয়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বেয়া   বিশেষ্য

ଅର୍ଥ : যি দোষৰ কাৰণে কোনো বস্তুৰ ৰূপ-ৰং সলনি হৈ যায় বা নষ্ট হৈ যাব ধৰে

ଉଦାହରଣ : পানীত ভিজা কাৰণে মাটিৰ মূর্তিটো বেয়া হৈ গʼল

ସମକକ୍ଷ : বিকাৰ, বিকৃতি

বেয়া   বিশেষণ

ଅର୍ଥ : যিটো নষ্ট হৈ গৈছে

ଉଦାହରଣ : গেলা বস্তুখিনি ডাষ্টবিনত পেলাই দিয়া

ସମକକ୍ଷ : গেলা

ଅର୍ଥ : যি প্রবল নহয়

ଉଦାହରଣ : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম

ସମକକ୍ଷ : অধম, অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, মন্দ

ଅର୍ଥ : ভালৰ ওলোটা বা বিপৰীত

ଉଦାହରଣ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

ସମକକ୍ଷ : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, মন্দ

ଅର୍ଥ : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়

ଉଦାହରଣ : বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা

ସମକକ୍ଷ : লেতেৰা

ଅର୍ଥ : যʼত কোনো ধৰণৰ বিকাৰ বা বিজুতি ঘটিছে

ଉଦାହରଣ : তেওঁ ্বেয়া হোৱা ইঞ্জিনটো ভাল কৰি আছে

ସମକକ୍ଷ : বিকাৰগ্রস্ত, বিকৃত, বিজুতি ঘটা

ଅର୍ଥ : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য

ଉଦାହରଣ : ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়

ସମକକ୍ଷ : অভক্ষণীয়, খাব নোৱাৰা, খাব নোৱৰা