ଅର୍ଥ : যাৰ চাল-চলন বা ঢং, স্বভাৱ আদি ভাল নহয়
ଉଦାହରଣ :
বেয়া লʼৰা-ছোৱালীৰ লগত নেখেলিবা
ସମକକ୍ଷ : লেতেৰা
ଅର୍ଥ : যʼত কোনো ধৰণৰ বিকাৰ বা বিজুতি ঘটিছে
ଉଦାହରଣ :
তেওঁ ্বেয়া হোৱা ইঞ্জিনটো ভাল কৰি আছে
ସମକକ୍ଷ : বিকাৰগ্রস্ত, বিকৃত, বিজুতি ঘটা
ଅର୍ଥ : আনন্দ লোৱা বা ভোগ কৰাৰ অযোগ্য
ଉଦାହରଣ :
ৰন্ধা খাদ্য ছয় ঘণ্টাৰ পিছত অভক্ষণীয় হৈ যায়
ସମକକ୍ଷ : অভক্ষণীয়, খাব নোৱাৰা, খাব নোৱৰা