ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বেলা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বেলা   বিশেষ্য

ଅର୍ଥ : ভোজন কৰাৰ নিশ্চিত সময়

ଉଦାହରଣ : আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়

ସମକକ୍ଷ : সময়

ଅର୍ଥ : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

ଉଦାହରଣ : সময় কাৰোবাবে ৰৈ নাথাকে

ସମକକ୍ଷ : কাল, ক্ষণ, সময়

ଅର୍ଥ : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি

ଉଦାହରଣ : এই কামটো কৰিবৰ সময় হʼল

ସମକକ୍ଷ : ক্ষণ, দাও, সময়, সুচল, সুযোগ

বেলা   ক্ৰিয়া

ଅର୍ଥ : ৰুটি, পুৰি আদি বনাবলৈ বেলনাত আটাৰ লদা লৈ বেলনা মাৰিৰে পাতল কৰা কার্য

ଉଦାହରଣ : সীমাই বৰ খৰকৈ বেলিব পাৰে