ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কোঠা বা মহলীয়া ঘৰৰ বেৰৰ পৰা ওলাই থকা অংশ
ଉଦାହରଣ : তেওঁ বৰষুণৰ পৰা ৰক্ষা পাবলৈ কার্ণিচৰ তলত থিয় হʼল
ସମକକ୍ଷ : ওপৰ মহলাৰ বাৰাণ্ডা, কার্ণিচ, চজা
ଅର୍ଥ : ঘৰৰ সন্মুখ বা দাঁতিৰ বাহিৰলৈ ওলাই থকা ছাঁ দিব পৰা অংশ
ଉଦାହରଣ : শ্যামে বাৰাণ্ডাত বহি চাহ খাই আছিল
ସମକକ୍ଷ : অলিন্দ, আগচালি, বাৰাণ্ডা
ସଂସ୍ଥାପନ କରନ୍ତୁ