ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বেত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বেত   বিশেষ্য

ଅର୍ଥ : ধাতু, কাঠ আদিৰে নির্মিত মিহি দীঘল সৰঞ্জাম

ଉଦାହରଣ : তেওঁ ্ হাতেৰে ধাতুৰ মাৰিডাল বেঁক্া কৰি দিলে

ସମକକ୍ଷ : মাৰি, লাখুটি, লাঠি

ଅର୍ଥ : এচাৰি হিচাপে ব্যৱহাৰ কৰা কোনো গছৰ শাখা

ଉଦାହରଣ : শ্যামৰ গৃহ-কর্ম অসম্পূর্ণ ্হোৱা কাৰণে অধ্যাপকে তাক বেতেৰে পিটিলে

ଅର୍ଥ : এবিধ ্ কাঁইটীয়া লেহুকা গছ যাৰ গা-গছৰ পৰা পাচি, খৰাহি, মূঢ়া, চকী, টেবুল, লাখুটি, ৰচী আদি তৈয়াৰ কৰা হয়

ଉଦାହରଣ : মোহনে ঘৰৰ পিছফালে বেতৰ খেতি কৰিছে

ସମକକ୍ଷ : বেতস, বেতসলতা, বেত্র