ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ধাতুৰে নি্র্মাণ কৰা এবিধ পাতল উপকৰণ যাৰ গুৰিৰ ফুটা অংশত সূতা সুমুৱাই কাপোৰ আদি চিলোৱা হয়
ଉଦାହରଣ : কাপোৰ চিলাই থাকোতে সীতাৰ হাতত বেজি সোমাই গʼল
ସମକକ୍ଷ : বেজী
ଅର୍ଥ : চিকিৎসা জগতত জীৱৰ শৰীৰত তৰল ঔষধ সুমুওৱাৰ কাৰণে ব্যৱহৃত আগ অংশত বেজি লগোৱা নলী আকাৰৰ এক উপকৰণ
ଉଦାହରଣ : চিকিৎসকে বিষত চটফটাই থকা ৰোগীজনক বেজি দিলে
ସମକକ୍ଷ : ইনজেকচন, ইনজেক্সন
ସଂସ୍ଥାପନ କରନ୍ତୁ