ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বেঙুনীয়া ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বেঙুনীয়া   বিশেষ্য

ଅର୍ଥ : ৰঙা আৰু নীলা ৰং মিহলাই উলিওৱা জামুক বা বেঙেনাৰ নিচিনা ৰং

ଉଦାହରଣ : চিত্রকৰজনে চিত্রখনৰ অধিকাংশই বেঙুনীয়া ৰঙেৰে বুলাইছে

ସମକକ୍ଷ : জামুক ৰং, বেঙ্গুনীয়া

বেঙুনীয়া   বিশেষণ

ଅର୍ଥ : বেঙেনা বা জামুকৰ দৰে ৰঙচুৱা নীলা ৰঙৰ

ଉଦାହରଣ : বেঙুনীয়া ৰঙৰ কাপোৰে তেওঁক বৰ ্শুৱায়