ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বেগাই ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বেগাই   বিশেষ্য

ଅର୍ଥ : শীঘ্র হোৱাৰ অৱস্থা বা ভাব

ଉଦାହରଣ : কের্কেটুৱাটোৱে বেগাই গছৰ ওপৰত উঠি গʼল তেওঁৰ ্কামত তীব্রতা আছে

ସମକକ୍ଷ : কোব, ক্ষিপ্রগতি, ক্ষিপ্রতা, তীব্রতা, দ্রুতগতি, দ্রুততা, দ্রুতবেগ, বেগা-বেগি, শীঘ্রতা, সত্বৰতা

বেগাই   ক্ৰিয়া বিশেষণ

ଅର୍ଥ : পলম নোহোৱাকৈ কৰা

ଉଦାହରଣ : এই কামটো সোনকালে কৰি দিয়া

ସମକକ୍ଷ : খকমককৈ, খচৰাই, খৰকৈ, খৰখেদাকৈ, খৰধৰকৈ, গিৰিসাই, চকুৰ পচাৰতে, চকুৰ পলকতে, টপৰাই, টাপচকৈ, ততাতৈয়াকৈ, ততাভুকুতাকৈ, ততালিকে, তাৰাতাৰি, তৰাতৰি, দৰদৰি, নিমিষতে, পটাপট, পলকতে, পাকতে, বেগাবেগিকৈ, বেগেতাই, বেগেতে, লৰা-ঢপৰাকৈ, শীঘ্রে, সটৰাই, সোনকালে, হুৰমূৰকৈ