ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ৰজাৰ পত্নী
ଉଦାହରଣ : ৰজা দশৰথৰ তিনিগৰাকী পত্নী আছিল
ସମକକ୍ଷ : চুলতানা, পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, মহাদৈ, মহাৰাণী, মহিষী, মাদৈ, সম্রাজ্ঞী, ৰাজ-ৰাজেশ্বৰী, ৰাজ্ঞী, ৰাজৰাণী, ৰাণী
ଅର୍ଥ : সম্রাটৰ পত্নী
ଉଦାହରଣ : কিছুমান সম্রাজ্ঞীয়ে ৰাজকার্য পৰিচালনাত সম্রাটক সহায় কৰিছিল
ସମକକ୍ଷ : চুলতানা, মহাৰাজ্ঞী, সংৰাজ্ঞী, সম্রাজ্ঞী, সম্রাট পত্নী, ৰাজ ৰাজেশ্বৰী, ৰাজৰাজেশ্বৰী
ଅର୍ଥ : কোনো ঠাই বা দেশৰ মুখ্য মহিলা শাসক:ৰাজিয়া চুলতানা, লক্ষ্মী বাই আদি ৰাণীসকলে নিজৰ পৰাক্রমেৰে শত্রুৰ সৈতে সমানে যুঁজিছিল
ଉଦାହରଣ :
ସମକକ୍ଷ : পটেছৰী, পটেশ্বৰী, পাটমাদৈ, পাটৰাণী, মহাদৈ, মহাৰাণী, মাদৈ, ৰাণী
ସଂସ୍ଥାପନ କରନ୍ତୁ