ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বেগ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বেগ   বিশেষ্য

ଅର୍ଥ : কোনো সৰু বস্তু, ধন বা অন্যান্য সামগ্রী আদি কঢ়িয়াই লৈ ফুৰিব পৰা পাত্র বিশেষ

ଉଦାହରଣ : মোৰ ধনৰ মোনাটো চুৰি হʼল

ସମକକ୍ଷ : জোলোঙা, মোনা

ଅର୍ଥ : ৰোগ বা পীড়া আদিৰ ৰৈ ৰৈ উঠা বেগ

ଉଦାହରଣ : বিষৰ কোব উঠাৰ লগে-লগে তেওঁ চিঞৰি উঠিল

ସମକକ୍ଷ : কোব, সোঁত

ଅର୍ଥ : যি কাপোৰত কিতাপ, বহি আদি বান্ধি ৰখা হয় বা বন্ধা হয়

ଉଦାହରଣ : ককাই ৰচীদবোৰ মোনাত ৰাখে

ସମକକ୍ଷ : মোনা

ଅର୍ଥ : তীব্র হোৱা অৱস্থা

ଉଦାହରଣ : বতাহ বহুত বেগেৰে বৈ আছে

ସମକକ୍ଷ : তীব্রতা

ଅର୍ଥ : বৈ যোৱা কার্য ্বা ভাব

ଉଦାହରଣ : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল

ସମକକ୍ଷ : ধাৰা, প্রবাহ, সোঁত

ଅର୍ଥ : মোনাৰ বস্তু

ଉଦାହରଣ : তেওঁ বিদ্যালয়ৰ পৰা ঘৰলৈ আহিয়েই মোনাটোৰ ভিতৰৰ বস্তুবোৰ খেলিমেলি কৰি পেলালে

ସମକକ୍ଷ : বস্তা, মোনা

ଅର୍ଥ : প্রতি ঘণ্টাত অতিক্রম কৰা দূৰত্ব

ଉଦାହରଣ : গাড়ীখন ১০ কিলোমিটাৰ গতিৰে গৈছে

ସମକକ୍ଷ : গতি, তীব্রতা