ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বৃষৰাশি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বৃষৰাশি   বিশেষ্য

ଅର୍ଥ : সূর্য বৃষৰাশিত থাকোতে যি লোকৰ জন্ম হৈছে

ଉଦାହରଣ : বৃষৰাশিৰ লোকৰ কাৰণে এই বছৰটো খুউব ভাল

ସମକକ୍ଷ : বৃষ ৰাখি, বৃষ ৰাশিৰ লোক, বৃষভ, বৃষভ ৰাশি, বৃষৰাশিৰ লোক

ଅର୍ଥ : দ্বাদশ ৰাশিৰ মাজৰ দ্বিতীয় ৰাশি, যʼত এশ একচল্লিশটা তৰা থকাৰ উপৰিও কৃত্তিকাৰ অন্তিম তিনি পাদ, সম্পূর্ণ ্ৰোহিণী আৰু মৃগশিৰাৰ প্রথম দুটা পাদ আছে

ଉଦାହରଣ : বৃষ ৰাশিৰ চিহ্ন ্ষাঁড় গৰু

ସମକକ୍ଷ : বৃষ, বৃষ ৰাশি