ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো বস্তু আদি অধিক মাত্রাত ওপৰৰ পৰা সৰি পৰা কার্য
ଉଦାହରଣ : ভক্তই সাধুবাবাৰ ওপৰত পুষ্প বৃষ্টি কৰিছে
ସମକକ୍ଷ : ্বর্ষণ
ଅର୍ଥ : পানী বৰষা কার্য
ଉଦାହରଣ : ভাৰতৰ চেৰাপুঞ্জীত সকলোতকৈ বেছি বৰষুণ হয়
ସମକକ୍ଷ : আকাশসলিল, বা-বৰষুণ, বৰষুণ, বৰষুণ-বাদল, মেঘদ্রৱ, মেঘোদক, মেঘৰস
ଅର୍ଥ : ডাৱৰৰ পৰা পৰা পানীৰ টোপাল
ଉଦାହରଣ : তেওঁ বৰষুণত তিতিলে
ସମକକ୍ଷ : বর্ষা, বৰষুণ
ସଂସ୍ଥାପନ କରନ୍ତୁ