ଅର୍ଥ : অধ্যয়নৰ কাৰণে লাভ কৰা অনুদান
ଉଦାହରଣ :
ৰোহণৰ দৰে দুখীয়া লʼৰাই বৃত্তি পায়েই পঢ়া-শুনা কৰিলে
ସମକକ୍ଷ : ছাত্রবৃত্তি
ଅର୍ଥ : জীৱিক-নি্র্বাহৰ কাৰণে কৰা কাম
ଉଦାହରଣ :
তেওঁ ্ কাপোৰ বিক্রী কৰাৰ লগতে আন এটা ব্যৱসায়ো আৰম্ভ কৰিছে
ସମକକ୍ଷ : কাৰবাৰ, চাকৰি, চাকৰি-বাকৰি, জীৱিকা, পেশা, ব্যৱসায়, ্প্রৱর্তনি, ৰুজি, ৰুজি-ৰোজগাৰ, ৰোজগাৰ
ଅର୍ଥ : কাৰোবাৰ ভৰণ-পোষণ আদিৰ কাৰণে দিয়া ধন
ଉଦାହରଣ :
চৰকাৰে বিধৱা, বৃদ্ধ আদিৰ জীৱন-নির্বাহৰ কাৰণে বৃত্তি প্রদান কৰে