ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বুদ্ধিমান হোৱাৰ অৱস্থা বা ভাব
ଉଦାହରଣ : তেওঁ নিজৰ বুদ্ধিমত্তাৰেহে এই কামটোত সফল হʼল
ସମକକ୍ଷ : চতুৰতা, চাতুর্য, চাতুৰী, ধী, ধীশক্তি, বিচাৰ-বুদ্ধি, বুদ্ধি, বুধি, বুধি-সুধি, মতি, মেধা
ସଂସ୍ଥାପନ କରନ୍ତୁ