ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : তৰল পদার্থত ্হোৱা গোলাকাৰ বায়ু ভর্তি টোপাল
ଉଦାହରଣ : মানৱ জীৱন পানীৰ বুদবুদৰ নিচিনা
ସମକକ୍ଷ : ফেন
ଅର୍ଥ : তৰল পদার্থ বৰকৈ লৰাই দিলে বা উতলালে ওপৰলৈ উঠি অহা এক ৰূপ
ଉଦାହରଣ : গা-ধোৱাৰ সময়ত লʼৰা-ছোৱালীবোৰে হাতত ফেন লৈ খেলি আছিল
ସମକକ୍ଷ : জলবিম্ব, ফেন, বুৰবুৰি
ସଂସ୍ଥାପନ କରନ୍ତୁ