ଅର୍ଥ : কাৰোবাক কি কৰা ভাল সেইয়া বুজোৱা কার্য
ଉଦାହରଣ :
মাকে তাক বহুত বুজালে কিন্তু ্তেওঁ একো নামানিলে
ସମକକ୍ଷ : কোৱা
ଅର୍ଥ : কোনো কথা আদি জানি লোৱা
ଉଦାହରଣ :
বহুত বুজোৱাৰ পিছতো তেওঁ এই প্রশ্নটোৰ উত্তৰ দিব নোৱাৰিলে
ଅର୍ଥ : বোধ বা জ্ঞান উদয় হোৱা
ଉଦାହରଣ :
শিক্ষকে ছাত্র-ছাত্রীক গণিত বুজাইছে
ଅର୍ଥ : কাৰোবাৰ বোধ হোৱাকৈ কথা কোৱা
ଉଦାହରଣ :
তেওঁ পথভ্রষ্ট শিশুবোৰক বুজাই আছে