ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বুজি পোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বুজি পোৱা   ক্ৰিয়া

ଅର୍ଥ : ভাষাৰ জ্ঞান থকা

ଉଦାହରଣ : মই তামিল নুবুজোঁ

ସମକକ୍ଷ : বুজা

ଅର୍ଥ : ধ্যান বা বোধলৈ অহা

ଉଦାହରଣ : এই কামটো মই পিছত কৰিম কাৰণ এতিয়া মই একো বুজি পোৱা নাই

ଅର୍ଥ : অনুভব বা সংবেদন আদিৰ পৰা জ্ঞান লাভ কৰা

ଉଦାହରଣ : প্রসৱৰ বেদনা বাজীয়ে কি জানে ? মই আপোনাৰ কথা বুজি পাওঁ

ସମକକ୍ଷ : জনা

ଅର୍ଥ : কিহবাৰ স্বভাৱ বা গুণ আদি জনা

ଉଦାହରଣ : মই তেওঁক বুজিব পৰা নাই

ସମକକ୍ଷ : জনা, বুজা