ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : বলৱান পুৰুষ বা সাহসপূর্ণ ্অথবা বীৰত্বপূর্ণ ্কার্য কৰোঁতাজন
ଉଦାହରଣ : সোহৰাব আৰু ৰুস্তম দুয়োজন বীৰে পৰস্পৰ যুঁজ ্লাগিল
ସମକକ୍ଷ : জোৰৱান, বলৱান, বাহাদুৰ, বীৰ পুৰুষ
ଅର୍ଥ : যিজনে বীৰত্বৰে বা সাহসেৰে কোনো কাম কৰে
ଉଦାହରଣ : সাহসী ব্যক্তিয়ে কেতিয়াও কোনো কামত পিছ ্ হোঁহকা নিদিয়ে
ସମକକ୍ଷ : পৰাক্রমী, বলৱান, বাহাদুৰ, সাহসী, সুৰ
ଅର୍ଥ : জীৱনৰ বাজি লগাই দিওতা
ଉଦାହରଣ : আমাৰ দেশৰ স্বাধীনতা বীৰ ব্যক্তিসকলৰ উপহাৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ