ଅର୍ଥ : অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পৰা খালী চকুৰে নেদেখা সূক্ষ্ম প্রাণী
ଉଦାହରଣ :
জীৱাণুৱে নানাধৰণৰ ৰোগ বিয়পায়
ସମକକ୍ଷ : জীৱাণু
ଅର୍ଥ : সাধাৰণ অনুবীক্ষণ যন্ত্রৰ দ্বাৰা নেদেখা আৰু নিজৰ পোষণ আৰু জননৰ বাবে পৰজীৱীৰ ৰূপত কোনো কোষৰ ভিতৰত থকা অতি সূক্ষ সংক্রামক জীৱ
ଉଦାହରଣ :
বীজাণুৰ পৰা কেইবা প্রকাৰৰো ৰোগ হয়
ସମକକ୍ଷ : ভাইৰাচ
ଅର୍ଥ : বতাহ, খোৱা-বস্তু, পানী আদিত মিহলি হৈ থকা এবিধ সূক্ষ্ম জীৱ যি অনেক ৰোগৰো মূল কাৰক
ଉଦାହରଣ :
বীজাণু মানুহৰ কাৰণে ঘাতক স্বৰূপ
ସମକକ୍ଷ : জীৱাণু