ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বীজাণু ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বীজাণু   বিশেষ্য

ଅର୍ଥ : অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পৰা খালী চকুৰে নেদেখা সূক্ষ্ম প্রাণী

ଉଦାହରଣ : জীৱাণুৱে নানাধৰণৰ ৰোগ বিয়পায়

ସମକକ୍ଷ : জীৱাণু

ଅର୍ଥ : সাধাৰণ অনুবীক্ষণ যন্ত্রৰ দ্বাৰা নেদেখা আৰু নিজৰ পোষণ আৰু জননৰ বাবে পৰজীৱীৰ ৰূপত কোনো কোষৰ ভিতৰত থকা অতি সূক্ষ সংক্রামক জীৱ

ଉଦାହରଣ : বীজাণুৰ পৰা কেইবা প্রকাৰৰো ৰোগ হয়

ସମକକ୍ଷ : ভাইৰাচ

ଅର୍ଥ : বতাহ, খোৱা-বস্তু, পানী আদিত মিহলি হৈ থকা এবিধ সূক্ষ্ম জীৱ যি অনেক ৰোগৰো মূল কাৰক

ଉଦାହରଣ : বীজাণু মানুহৰ কাৰণে ঘাতক স্বৰূপ

ସମକକ୍ଷ : জীৱাণু