ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিৰোধী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিৰোধী   বিশেষ্য

ଅର୍ଥ : বিৰোধ কৰোতা ব্যক্তি

ଉଦାହରଣ : বিৰোধীসকলক নিজৰ দলৰ সৈতে চামিল কৰি লোৱাই ভাল হʼব

ସମକକ୍ଷ : বিৰোধক

ଅର୍ଥ : যিজন বিপক্ষত থাকে

ଉଦାହରଣ : বিৰোধীপক্ষই সংসদত হুলস্থূল লগাই দিলে

ସମକକ୍ଷ : প্রতিপক্ষ, বিপক্ষ

বিৰোধী   বিশেষণ

ଅର୍ଥ : যি বিৰোধত আছে

ଉଦାହରଣ : এইবাৰৰ নি্র্বাচনত তেওঁ বিৰোধী দলৰ সৈতে হাত মিলাইছে

ଅର୍ଥ : যি ক্রম, মান্যতা আদি অনুসৰি কাৰোবাৰ বিৰুদ্ধে থকা বা আন পক্ষত থকা

ଉଦାହରଣ : তেওঁলোক দুয়ো বিপৰীত চিন্তাধাৰাৰ হোৱা সত্ত্বেও ভাল বন্ধু

ସମକକ୍ଷ : ওভটা, ওভোতা, ওলোটা, ওল্টা, পূৰক, প্রতিমুখ, প্রতিলোম, বিপৰীত, সম্পূর্ণ বিপৰীত

ଅର୍ଥ : বিৰোধ কৰোতা

ଉଦାହରଣ : বিৰোধী নেতাসকলৰ মুখ কেনেকৈ বন্ধ কৰা যায় ?