ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : প্রকৃতি, প্রবৃত্তি, স্থিতি আদিৰ বিচাৰত কাৰোবাৰ সৈতে মোকাবিলা কৰোঁতে যি আনৰ পক্ষত থাকে
ଉଦାହରଣ : মই তেওঁক যি কথা কওঁ তেওঁ ঠিক তাৰ ওলোটা কামহে কৰে
ସମକକ୍ଷ : অন্যথা, উল্টা, ওলোটা, বিপৰীত
ଅର୍ଥ : যি অনুকূল বা হিতসাধনত সহায়ক নহয়
ଉଦାହରଣ : পৰিস্থিতি বিপৰীত হোৱা দেখি ্তেওঁ উঠি গুচি গʼল
ସମକକ୍ଷ : প্রতিকূল, প্রতীপ, বিপৰীত
ସଂସ୍ଥାପନ କରନ୍ତୁ