ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : স্থিৰ বা নিশ্চল হোৱা অৱস্থা
ଉଦାହରଣ : ধনৰ অভাৱত এই কামটো থমকি ৰʼল
ସମକକ୍ଷ : থমক, ৰৈ যোৱা-
ଅର୍ଥ : নিয়মিতভাৱে মানুহ কামত উপস্থিত নথকা বন্ধৰ দিন
ଉଦାହରଣ : ভাৰত চৰকাৰে ৰবিবাৰটো ছুটীৰ দিন হিচাপে ঘোষণা কৰিছে
ସମକକ୍ଷ : অৱকাশ, অৱসৰ, ছুটী, বিৰতি
ସଂସ୍ଥାପନ କରନ୍ତୁ