ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিৰাট ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিৰাট   বিশেষ্য

ଅର୍ଥ : মহাভাৰতত বর্ণিত এজন ৰজা

ଉଦାହରଣ : অজ্ঞাতবাসত থকাৰ সময়ত পাণ্ডবসকলে বিৰাট ৰজাৰ তাত কাম কৰিছিল

ଅର୍ଥ : অনন্ত লোক অর্থাৎ তৰা, গ্রহ, নক্ষত্র আদিৰে ভৰি থকা বিশ্ব

ଉଦାହରଣ : ব্রহ্মাণ্ড ৰহস্যৰে ভৰপূৰ

ସମକକ୍ଷ : অখিল বিশ্ব, অন্তৰীক্ষ বিশ্বচৰাচৰ, জগত চক্র, নিখিল বিশ্ব, নিখিল ভুৱন, বিশ্ব মণ্ডল, বিশ্ব-ব্রহ্মাণ্ড বিশ্ব ব্রহ্মাণ্ড, বিশ্বচক্র, বিশ্বজগত, বিশ্বব্রহ্মাণ্ড, বিশ্বসৃষ্টি, ব্রহ্মমণ্ডল, ব্রহ্মাণ্ড, মহাজগত, মহাবিশ্ব, সৃষ্টি

বিৰাট   বিশেষণ

ଅର୍ଥ : বহুত ডাঙৰ

ଉଦାହରଣ : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে

ସମକକ୍ଷ : ডাঙৰ, প্রভূত, বিপুল, বৃহৎ

ଅର୍ଥ : যিটো আকাৰ, মাত্রা আদিত বহুত ডাঙৰ

ଉଦାହରଣ : সুৰসাই হনুমানক ভয় খুৱাবৰ কাৰণে বিশাল ৰূপ ধাৰণ কৰিলে

ସମକକ୍ଷ : বিশাল, বৃহদ, বৃহৎ