ଅର୍ଥ : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে
ଉଦାହରଣ :
মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে
ସମକକ୍ଷ : অসন্তুষ্টতা, আমনি, তিক্ততা
ଅର୍ଥ : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব
ଉଦାହରଣ :
আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল
ସମକକ୍ଷ : আমনি
ଅର୍ଥ : আমনি লগা পৰিস্থিতি
ଉଦାହରଣ :
দিনৰ দিনটো সন্মিলনত সকলোৰে বক্তৃতা শুনি-শুনি এতিয়া বিৰক্তি লাগি গৈছে, বʼলা অলপ ফুৰি আহোঁ
ଅର୍ଥ : বিৰক্তিৰ অৱস্থা বা ভাৱ
ଉଦାହରଣ :
তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে
ସମକକ୍ଷ : আমনি
ଅର୍ଥ : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব
ଉଦାହରଣ :
অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে
ସମକକ୍ଷ : অনাসক্তি, আসক্তিহীনতা, বিৰাগ