ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিৰক্তি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিৰক্তি   বিশেষ্য

ଅର୍ଥ : বিৰক্ত হোৱা ভাব বা যি মনৰ মাজত খং পুহি ৰাখে

ଉଦାହରଣ : মোৰ কথা শুনি ্তেওঁ বিৰক্তি অনুভৱ কৰিলে

ସମକକ୍ଷ : অসন্তুষ্টতা, আমনি, তিক্ততা

ଅର୍ଥ : কাৰোবাক বিৰক্ত কৰিবৰ কাৰণে কৰা কোনো কার্য ্বা ভাব

ଉଦାହରଣ : আমনি কৰাৰ কাৰণে ৰামুৰ ওপৰত মাৰ পৰিল

ସମକକ୍ଷ : আমনি

ଅର୍ଥ : আমনি লগা পৰিস্থিতি

ଉଦାହରଣ : দিনৰ দিনটো সন্মিলনত সকলোৰে বক্তৃতা শুনি-শুনি এতিয়া বিৰক্তি লাগি গৈছে, বʼলা অলপ ফুৰি আহোঁ

ଅର୍ଥ : কাৰোবাক বহুত বেয়া পাই ্ তেওঁৰ্ পৰা সদায় দূৰত থাকিব বিচৰা মনোবৃত্তি

ଉଦାହରଣ : কাকো ঘৃণা কৰিব নালাগে পাপক ঘিণ কৰিবা, পাপীক নহয়

ସମକକ୍ଷ : অনাসক্তি, অনাস্থা, ঘিণ, ঘৃণা, বিতুষ্ট, বিতৃষ্ণা, বিৰাগ

ଅର୍ଥ : বিৰক্তিৰ অৱস্থা বা ভাৱ

ଉଦାହରଣ : তেওঁৰ লগত ্ধেমালি নকৰিবা, তেওঁ সৰু সৰু কথাতে বিৰক্ত হৈ পৰে

ସମକକ୍ଷ : আমনি

ଅର୍ଥ : আসক্ত নোহোৱাৰ অৱস্থা বা ভাব

ଉଦାହରଣ : অনাসক্তিৰ কাৰণে মানুহে বৈৰাগীৰ জীৱন ধাৰণ কৰে

ସମକକ୍ଷ : অনাসক্তি, আসক্তিহীনতা, বিৰাগ