ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিৰক্ত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিৰক্ত   বিশেষ্য

ଅର୍ଥ : আমনি লগা কার্য ্বা ভাব

ଉଦାହରଣ : মাৰ উপদেশ শুনি-শুনি মোৰ মন বিৰক্ত হʼল

বিৰক্ত   বিশেষণ

ଅର୍ଥ : যি সাংসাৰিক বস্তু তথা সুখৰ প্রতি ৰাগ অথবা আসক্তি একেবাৰে এৰি দিছে

ଉଦାହରଣ : জৰা, মৃত্যু আদি দেখাৰ পিছতহে ভগৱান বুদ্ধ সংসাৰৰ প্রতি বিৰক্ত হʼল

ସମକକ୍ଷ : বিমুখ, বিৰাগ, বৈৰাগী, সন্যাসী

ଅର୍ଥ : যাৰ মন দুখী হৈ কোনো কথাৰ পৰা আঁতৰি গৈছে

ଉଦାହରଣ : তুমি চিন্তিত হৈ থকাৰ কথাটো তোমাৰ উদাস চেহেৰাটোৰ পৰাই জানিব পাৰি

ସମକକ୍ଷ : অন্যমনস্ক, উদাস, ম্লান