ଅର୍ଥ : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ :
উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই
ସମକକ୍ଷ : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, উৎকণ্ঠা
ଅର୍ଥ : ভাবত বিভোৰ হৈ থকা
ଉଦାହରଣ :
সকলো কামতে শ্যামক ভাব বিভোৰতাত থকা যেন লাগে
ସମକକ୍ଷ : ভাব বিভোৰতা, ভাব-বিভোৰতা, ভাব-বিহ্বলতা
ଅର୍ଥ : ভয়, চিন্তা আদিৰ কাৰণে মস্তিষ্কৰ কোষবোৰত চাপ পৰাৰ কাৰণে বিকলতা অনুভৱ কৰা অৱস্থা
ଉଦାହରଣ :
মানসিক অশান্তিৰ কাৰণে তেওঁ ্বেমাৰত পৰিল
ସମକକ୍ଷ : অশান্তি, মানসিক চাপ