ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিস্তৃত ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিস্তৃত   বিশেষণ

ଅର୍ଥ : যিটো ঠেক বা সৰু নহয়

ଉଦାହରଣ : ডাঙৰ চহৰৰ মাজত এনে বিস্তৃত মৈদান দেখা নাযায়

ସମକକ୍ଷ : আহল-বহল

ଅର୍ଥ : যিটো নিজৰ ঠাইত বা তাৰ চাৰিওফালে দূৰ-দূৰণিলৈকে সিঁচৰতি হৈ আছে

ଉଦାହରଣ : জনমানসত তুলসী দাসে ৰচনা কৰা ৰামচৰিত মানসৰ ব্যাপক প্রভাৱ আছে

ସମକକ୍ଷ : বহুল, ব্যাপক

ଅର୍ଥ : যʼত বহুত বিস্তাৰ আছে বা বিস্তাৰযুক্ত

ଉଦାହରଣ : এই কবিতাৰ পংক্তিকেইটাৰ বহল ব্যাখ্যা কৰক

ସମକକ୍ଷ : বহল, বিশদ

ଅର୍ଥ : যাক সতর্ক্্তা আৰু সূক্ষ্ম বিৱৰণৰ সৈতে বিকশিত কৰা হʼল

ଉଦାହରଣ : আমি এখন বিস্তৃত যোজনা তৈয়াৰ কৰিছো

ସମକକ୍ଷ : বিশদ