ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিস্তাৰ কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিস্তাৰ কৰা   ক্ৰিয়া

ଅର୍ଥ : দলিচা, কাপোৰ আদি মাটি বা কোনো সমতল বস্তু আদিত বহলাই দিয়া

ଉଦାହରଣ : তেওঁ বিচনাত চাদৰখন মেলি দিলে

ସମକକ୍ଷ : পাৰি দিয়া, মেলা, মেলি দিয়া

ଅର୍ଥ : কোনো বস্তুৰ প্রসাৰিতকৰণ

ଉଦାହରଣ : তেওঁ ভিজা কাপোৰখন ৰʼদত মেলি দিছে

ସମକକ୍ଷ : বহলকৈ মেলা, মেলা, মেলি দিয়া

ଅର୍ଥ : পৰিণাম বা বিস্তাৰত অধিক কৰা বা বিস্তাৰিত কৰা

ଉଦାହରଣ : বৌদ্ধসকলে বৌদ্ধধর্মক ্কেইবাখনো দেশত প্রসাৰিত কৰিলে

ସମକକ୍ଷ : প্রসাৰিত কৰা, বিস্তৃত কৰা, বিয়পোৱা