ଅର୍ଥ : কোনো উচ্চ পদত কার্যৰত কর্মচ্াৰী
ଉଦାହରଣ :
শ্যামৰ দেউতাক সৈন্য বিভাগৰ এজন বৰ উচ্চপদস্থ বিষয়া
ସମକକ୍ଷ : অফিচাৰ, পদস্থ বিষয়া
ଅର୍ଥ : যিজনে কোনো বিশেষ যোগ্যতা বা ক্ষমতা লাভ কৰে
ଉଦାହରଣ :
এই চাকৰিটোৰ বিষয়াজন ইয়াৰ ভিতৰত কোনো নহয়