ଅର୍ଥ : বিবেচ্য বিষয়ৰ স্বৰূপ আৰু পৰম্পৰা
ଉଦାହରଣ :
সেই সভাখনত বিজ্ঞান বিষয়ৰ আলোচনা চলি আছে
ସମକକ୍ଷ : ্সন্দর্ভ
ଅର୍ଥ : জ্ঞান বা শিক্ষাৰ এটা শাখা বা বিভাগ
ଉଦାହରଣ :
মই সকলো বিষয়তে উত্তী্র্ণ ্ হʼলো
ଅର୍ଥ : কোনো লেখা, গ্রন্থ আদিত সন্নিবিষ্ট হোৱা কথাবিশেষ
ଉଦାହରଣ :
প্রেমচন্দ্রৰ কাহিনীবোৰৰ বিষয়বস্তু গ্রাম্য পৰিৱেশৰ ওপৰত আধাৰিত
ସମକକ୍ଷ : বিষয়-বস্তু