ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বিষধৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বিষধৰ   বিশেষ্য

ଅର୍ଥ : মিহি আৰু দীঘল গাৰে এবিধ বিষ থকা সৰীসৃপ প্রাণী, যি সাধাৰণতে বিভিন্ন প্রজাতিৰ হয়

ଉଦାହରଣ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত বিভিন্ন প্রকাৰৰ বিষাক্ত সাপ বগাই ফুৰা দেখা পোৱা যায়

ସମକକ୍ଷ : অহি, কুণ্ডলী, কুম্ভীলস, চক্রী, দ্বিজিহব, দ্বিৰসন, নাগ, পন্নগ, ফণধৰ, ফণী, ভুজংগ, ভুজংগম, ভুজগ, ভেকভুজ, সর্প, সাপ

বিষধৰ   বিশেষণ

ଅର୍ଥ : যʼত বিষ আছে

ଉଦାହରଣ : বিষাক্ত পতংগই কামোৰাৰ কাৰণে খেতিয়কজনৰ মৃত্যু হʼল

ସମକକ୍ଷ : বিষাক্ত