ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যি পদার্থ সেৱন কৰিলে বা শৰীৰত প্রৱেশ কৰাৰ লগে-লগে শৰীৰ অস্থিৰ হৈ পৰে আৰু কেতিয়াবা-কেতিয়াবা প্রাণীৰ মৃত্যু পর্যন্ত ঘটিব পাৰে
ଉଦାହରଣ : সমুদ্র মন্থনত ওলোৱা বিহ ভগৱান শংকৰে পান কৰিছিল
ସମକକ୍ଷ : কালকূট, গৰল, জহৰ, বিহ, হলাহল
ଅର୍ଥ : মাজে মাজে হোৱা বিষ
ଉଦାହରଣ : এনে লাগিছে যেন বিষত মোৰ প্রাণ যায়
ସମକକ୍ଷ : পীড়া, বিষ বেদনা, বিষ-বেমাৰ
ସଂସ୍ଥାପନ କରନ୍ତୁ